★অইল ফ্ৰী ড্ৰাই চিকেন.....
একেবাৰে সহজ.....
চিকেন খিনি ধুই নিমখ, কাশ্মিৰী মিৰ্ছ পাউদাৰ,জালুক গুৰি সানি আধা ঘন্টা ৰাখি দিব....কেৰাহী গৰম কৰি দি দিয়ক সানি থোৱা মাংস খিনি.... জুই চিম ত ৰাখি ঢাকি ৰাখক 20 মিনিট.....ঢাকনি আঁতৰাই অলপ বাটাৰ নহলে চিজ ৰুকি দিব পাৰে.....ভালদৰে লৰাই ধনীয়া পাত দি পৰিবেশন কৰিব....
👩🍳I'll Lachon
Comments
Post a Comment