pork_dry_fry with soy sauce
ৰেচিপি
মাংসখিনি ভালকৈ ধুই অকণমান নিমখ দি বইল কৰি ললো, এতিয়া পানি টুকি মাংস খিনিত আদা নহৰু Paste Jeera powder আৰু soy sauce দি marinate কৰি দুই ঘণ্টা ফ্ৰিজত ৰাখি দিলো! frying pan ত তেল গৰম কৰি মাংসখিনি দি অলপ fry কৰি, পিয়াঁজ জলকীয়া আৰু দকাৰ অনুহাৰি নিমখ আৰু অকণ soy sauce দি ভালকৈ ফ্ৰাই কৰিলোঁ!
pork_dry_fry with soy sauce |
👩🍳Rupalee Bharali Boruah
Comments
Post a Comment