grilledfish

#grilledfish

#সামগ্ৰী--মাছ এটা  দৈ দুচামুচ জীৰাপাউদাৰ ধনীয়া পাউদাৰ জলকীয়া পাউদাৰ আধাচামুচকৈ নেমুৰ ৰস একচামুচ জালুকৰ পাউদাৰ অকণমান নিমখ হালধি জোখমতে আদা পিচা একচামুচ মিঠাতেল দুচামুচ

#প্ৰণালী--মাছ টো ভালকৈ ধুই অকিয়াই ললো চাইদত কাটি লৈ সকলো মচলা মিহলাই ভিতৰত ভৰাই লৈ অভেনত grilled দি বিশমিনিট এবাৰ দি ওলটাই পুনৰ 15মিনিট দি নমাই পৰিবেশন কৰিলো--

👩‍🍳Nilakshi Bora

grilledfish

Comments