ধনিয়া মাছৰ চাটনি

ধনিয়া মাছৰ চাটনি


#উপকৰণ = 

১ =ৰৌ মাছৰ তল পেটৰ দুই পিছ্‌

২ = নাৰিকল এফাল ৰুকি চাৰি ভাগৰ এভাগ

৩ = সামান্য পৰিমাণ বগা সৰিয়হ

৪ = কেচা জলকীয়া জলা খোৱা জোখত

৫ = আদা সৰুকে এটুকুৰা

৬ = ধনিয়া পাত মিহিকৈ কুটি লোৱা দুমুঠি


#প্ৰণালী = প্ৰথমে মাছ কেইটুকুৰা ভালদৰে ধুই নিমখ হালধি সানি কেৰাহিত তেল গৰম কৰি ভাজি ললোঁ ৷ তাৰপাছত দীঘল কাঁইটবোৰ টানি উলিয়াই ললোঁ ৷ এতিয়া ওপৰত দিয়া গোটেইখিনি সামগ্ৰী একেলগে মিলাই পিছি ললোঁ ৷ তাৰপাছত ভাতৰ লগত পৰিবেশন কৰিলোঁ ৷ ইচ্ছা কৰিলে খোৱাৰ সময়ত মিহিকৈ পিয়াঁজ এটা কুটি লবও পাৰে ৷

ধনিয়া মাছৰ চাটনি

👩‍🍳Moon Dutta

Comments