baked_honey_garlic_chicken

#baked_honey_garlic_chicken

ৰেচিপি - চিকেনখিনি ধুই মেৰিনেট কৰিলোঁ মৌ, চ'য়া চ'চ, নিমখ, ব্লেক পেপাৰ আৰু নহৰুৰ পেষ্টৰ সৈতে। ফ্ৰিজত থলোঁ ৪ ঘন্টা। বেকিং দিছখনত সামান্য তেল সানি লৈছোঁ। মাংসখিনি উলিয়াই দুয়োফালে অলপ গলা বাটাৰ ব্ৰাছেৰে সানি লৈছোঁ। মাইক্ৰ'ৱেভত ২০ মিনিট বেক কৰিলোঁ। 

baked_honey_garlic_chicken

👩‍🍳 Shamina Ahmed

Comments