#Mutton_Curry#

#Mutton_Curry#


 ◆৫০০গ্ৰাম পঠা মাংস ধুই পানী চেপি ললোঁ...৫টা পিয়াজ কাটিলো,আদা,নহৰু,২টা বিলাহী,জলকীয়া একেলগে পেষ্ট বনাই ললোঁ, ১কাপ দৈ ললোঁ .... 


 ◆কেৰাহী গৰম কৰি মিঠাতেল দি তাত তেজপাত ৩টা,পিয়াজ দি ভাজিলো ৰঙচুৱা হোৱাকৈ তাৰ পিছত মাংসখিনি দি কম জুইত ভাজি থাকিলোঁ নিমখ,হালধি আন্দাজমতে দিলোঁ আৰু ভাজি থাকিলোঁ মাংস আধা সিজিলত মছলা,জীৰা গুৰি,দৈ দি আকৌ ভাজি জোখমতে পানী দি উটলিব দিলোঁ মাংস উতলি ঘন হোৱাত অলপ গৰম মছলা দি নমাই ৰাখিলো.....

👩‍🍳Purabi Nath


#Mutton_Curry#

Comments