#চিকেন #মচলা #ড্ৰাইফ্ৰাই
#Chicken #Masala #Dryfry।।
। শুকান কৈ ভজা মাংসৰ বাবে হাড় নথকা মাংস সৰু সৰুকৈ কাটি ললো। এতিয়া আদা- নহৰুৰ পেষ্ট, জলকীয়া গুৰি, তান্ডুৰি মচলা, চিকেন মচলা, কৰ্ণফ্লৰ চাৰি চামুচ মান দি 25 মিনিট মান মেৰিনেট কৰি থলো।
কেৰাহীত তেল দি প্ৰথমে কেপস্বীকাম আৰু গাজৰ কটা ভাজি উঠাই থলো। এতিয়া সেই তেলতে পিয়াঁজ দীঘল কৈ কটা, নহৰু কূটা, চেনী অকণ, নিমখ, হালধি অকণ দি মেৰিনেট চিকেন খিনি দি অলপ পৰ সাৱধানে হেতাৰে লৰাই ঢাকোন দিলো কিছু সময়।
Chicken #Masala #Dryfry। |
মাংস সিজা যেন পোৱাত তাতে ভাজি থোৱা কেপস্বীকাম আৰু গাজৰ খিনি মিহলাই দিলো। পিয়াঁজ পাত কূটা দি নমাই লৈ সেকি লোৱা বগা তিল ওপৰত দিলো।
Chicken #Masala #Dryfry। 👩🍳Mrinali Gogoi Kalita |
Comments
Post a Comment