পিঠাগুৰি চজিনাপাতেৰে মুৰ্গীমাংস
মুৰ্গী মাংসঅলপ কেৰাহীত নাম মাত্ৰ তেল দি আধাভজা কৰি নমাই থলো | তাৰপিছত পটাত মিহিকৈ পিচি লোব়া চাউলৰ গুৰিখিনি পানীৰ লগত মিহলাই কেৰাহূত দিলো | লগত কলাখাৰ খিনি আৰু আদা নহৰু জলকীয়াৰ পিচাখিনি দি উতলিবলৈ দিলো | অলপ হেতাৰে লৰাই থাকিব লাগে, নহলে পিঠাগুৰি লদা বান্ধিব পাৰে | উতল আহিলে মাংস দি জোখমতে নিম়খ ও পানী দিব | নমোব়াৰ অলপ আগে আগে চজিনাৰ পাতবোৰ দিব | গৰম ভাতৰ লগত পৰিবেশন কৰিব, পুষ্টিকৰ তেল মচলাৰ লগত কোনো কাৰবাৰ নাই |
👩🍳Leena Hazari
Comments
Post a Comment