#ঘৰতে বনোৱা ঘী #

#ঘৰতে বনোৱা ঘী # 


 প্ৰণালী………


ঘী বনাবৰ বাবে গাখীৰ গৰম হোৱাৰ পিচত যেতিয়া একেবাৰে ঠাণ্ডা হয় তেতিয়া তাৰ ওপৰত এখন ধুনীয়া চামনি পৰে সেইখিনি সদায় জমা কৰি থও যিহেতু ল'ৰা ছোৱালীয়ে সৰ খায় বেয়া পায়। এনেদৰে ১৫ দিন মান জমা কৰি ফ্ৰীজত থৈ দিও কাৰণ বাহিৰত থলে বেয়া হব পাৰে।তাৰপাচত কেৰাহী গৰম হোৱাৰ পিচত সৰ খিনি কেৰাহীত দি লৰায় থাকিলো।১৫মিনিট মান লৰোৱাৰ পাচত তেল বিৰিঙি উঠাত ধুনীয়া smell এটা যেতিয়া ওলাইছে তেতিয়া গেচ অফ কৰি দিলো । ঠাণ্ডা হোৱাত চেকনীৰে চেকি বটলত ভৰাই থলো। হৈ গ 'ল ঘৰতে বনোৱা খাটি গৰুৰ ঘী। তিনিবাৰ জমা কৰি থোৱা সৰৰ পৰা মই এই ঘী খিনি বনাইছো । 🙂🙂🙂

👩‍🍳 Pallabi Patgiri

#ঘৰতে বনোৱা ঘী #

Comments