গাহৰি মাংসৰ ৰেচিপি

#গাহৰি_বাঁহগাজ_boil- প্ৰথমে গাহৰি খিনি boil কৰি ললো। মাংস খিনি আধা সিজা পাছত তাত বাঁহগাজ, নহৰু-আদা পেষ্ট, জলকীয়া দি দিলো। মাংস সম্পূৰ্ণকৈ সিজাৰ পাছত ধনীয়া পাত দি পৰিবেশন কৰো। 

#গাহৰি_dry_fry- প্ৰথম মাংস খিনি boil কৰি কৰি পানী সম্পূৰ্ণকৈ শুকুৱাই ললো। মাংস আধা সিজাৰ পাছত তাত আলু দি অলপ ভাজিলো। অলপ পাছত পিয়াঁজ, নহৰু-আদা পেষ্ট, জলকীয়া দি মাংস খিনি সম্পূৰ্ণকৈ সিজালৈ ভাজিলো। পাছত নমাই পৰিবেশন কৰিলো।


দ্বীপশিখা সন্দিকৈ গগৈ

Comments