#হাঁহৰ কণী ভাজি আলুৰ লগত#😋😋
#ৰেচিপি:-- হাঁহৰ কনী ৩টা আৰু আলু ২টা একেলগে বইল কৰি ৰাখিলো..এতিয়া কেৰাহিত তেল গৰম কৰি তাত কণীকেইটা নিমখ ,হালধি সানি ৰঙা হোৱাকে ভাজি ৰাখিলো..এতিয়া সেইখিনি তেলতে ১টা ডাঙৰ পিয়াজ,কেইফুটামান নহৰু আৰু কেচা জলকীয়া কাটি দি অলপ ভাজি লৈ নিমখ,হালধি,জিৰা গুৰি,ধনিয়া গুৰি আৰু অলপ জলকীয়াৰ গুৰি দি বইল কৰি ৰখা আলুখিনি অলপ সৰু আকাৰত কাটি তাত দিলো..গোটেইখিনি ভালকৈ লৰাই তাত ভাজি ৰখা কণীকেইটাও দি ৫মিনিটৰ কাৰনে কেৰাহিৰ ধাকোন লগাই ৰাখিলো..এতিয়া আলু আৰু কনীৰ ভাজি খন অলপ dry হোৱাত গেছ অফ কৰি ৰাখিলো #..
Alin Ahmed Rashid
Comments
Post a Comment