ছিলি পনীৰ
ৰেচিপি : প্ৰথমে কেপচিকাম 1টা, পিয়াজ 2টা,বিলাহী এটা আৰু সামান্য বন্ধকবি
আৰু বইল কৰা এটা সৰু আলু । পনীৰ কেইটুকুৰা ভাজি ললোঁ ৰৈ যোৱা তেলতে বাকী সামগ্ৰী খিনি অলপ সময় ভাজি নিমখ, হালধী, জিৰা -ধনীয়া গুৰি দি আৰু অলপ সময় লৰাই বগৰাই দিলোঁ । তাৰ পাছত ছিলি চচ, চয়া চচ আৰু টমেট চচ দিলোঁ অলপ অলপ আগতে পনীৰ খিনিও দি মিলাই লৈ নমাই থলোঁ ।
👩🍳 Sumi Latumoni Hazarika
ছিলি পনীৰ |
Comments
Post a Comment