#Chicken Naan Sandwich#
#বনোৱা পদ্ধতি ---
নানৰ বাবে, ময়দা দুকাপ, চেনি এচামুচ, নিমখ আধা চামুচ, দৈ আধা কাপ, বেকিং পাউডাৰ এচামুচ, বেকিং চডা ১/৪ চামুচ, ৰিফাইন এক টেবুল চামুচ এই সকলোবোৰ ভালদৰে মিহলাই কুহুমীয়া পানীৰে ভালদৰে সানি মথি লৈ দুঘন্টা মান ঢাকি গৰম ঠাইত থলো।
#বনলেচ চিকেন মধ্যমীয়া আকাৰত টুকুৰা কৰিলৈ নিমখ, হালধি, কর্ণফ্লৰ, দৈ, গৰম মছলা পাউদাৰ, জিৰা গুৰি, কাশ্মিৰী জলকীয়া গুৰি, কচুৰী মেথি, আদা নহৰু পেষ্ট, নেমুৰ ৰস দি দুঘন্টা মান সময় মেৰিনেট কৰি থলো।
ননস্টিক পেনত নাম মাত্ৰ ৰিফাইন দি মেৰিনেট কৰি থোৱা চিকেন খিনি মেলি দি কম জুইত ঢাকোন দি ,shallow fry কৰি ললো। নান কেইখন অলপ ডাঠ আৰু দিঘলীয়াকৈ বেলি বাটাৰ লেটিয়াই ৰুটি বনোৱাৰ নিচিনাকৈ বনাই ললো।
#প্লেট এখনত নান খন থৈ তাৰ এফালে আধা অংশত প্ৰথমে sandwich spread লগালো, তাৰ ওপৰত মিহিকৈ কুটা বন্ধাকবি, পিয়াঁজ, বিলাহী দিলো, অলপ টমেট চচ দি তাৰ ওপৰত চিকেন পিচ দি পুনৰ অলপ পিয়াঁজ, বন্ধাকবি, জলকীয়া (optional )কুটা দি পুনৰ অলপ sandwich spread দি ইটো ফাল জাপি দি tooth pick দি শালি দিলো। তৈয়াৰ হৈ গল মোৰ yummy #chicken naan sandwich.
(ইয়াৰ shape টো দেখাত থিক tacos নিচিনা হয়)
(সংগৃহীত)
Ashanina Barpatra Gohain

Comments
Post a Comment