#বৰিয়লা#মাছৰ#ৰেচিপি

#বৰিয়লা#মাছৰ#ৰেচিপি


      প্ৰথমে কেৰাহীত অলপ মিঠাতেল  সানি লব লাগে।একদম কম পৰিমাণে দিব লাগে।আধা চামুচ মান।এতিয়া মাছ কেইটাত নিমখ সানি কেৰাহীত দি ললোঁ গেছ টু একদম কমাই ৰাখিব।ঢাকোন খন দি অলপ ৰাখিলো।তাৰপাছত মাছ কেইটা লুটিয়াই দিলোঁ।মাছ কেইটা সিজিলে গেছ টু অফ কৰি লগে লগে তাত আদা, নহৰু , জলকীয়া আৰু পিয়াঁজৰ পেষ্ট  দি দিলোঁ।পেষ্ট টু একদম মিহি নকৰিব।দুটোপাল মিঠাতেল দি ললোঁ।গৰমে গৰমে পৰিৱেশন কৰক।খুব সোৱাদ হয়।

Banashree Bora

Comments