#পাতত-দিয়া-মাছ
প্ৰণালী-কলপাতখিলা অলপ জুইৰ তাপত লেৰেলাই লৈ মাছখিনিত ভালদৰে নিমখ আৰু অকণমান হালধি সানি লগত কেইটামান জলকীয়া দি ভালদৰে পাতখন নুৰিয়াই জুইৰ আঙঠাৰ মাজত দিব লাগে।১৫ মিনিটমানৰ পাছত লুটিয়াই দি অলপ সময় সিজিবলৈ দিয়াৰ পাছত নমাই থ'ব লাগে।গোলনেমুৰ সৈতে পিটিকি খাবলৈ যথেষ্ট সোৱাদ হয়।
Prikashee Boruah
Comments
Post a Comment